বিৰাটকোহলি এতিয়া ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক। IPLত RCBৰ অধিনায়ক। ধন, যশ, খ্যাতি, সন্মান সকলো অৰ্জন কৰিছে বিৰাট কোহলিয়ে। বিৰাট কোহলিয়ে এতিয়া ৰজাৰ দৰে নিজৰ জীৱন যাপন কৰি আছে। কোৱা হয় তেওঁৰ ওচৰত এতিয়া সাত ৰজাৰ ধন আছে। বিৰাট কোহলিৰ হাতত আছে বহু দামী সম্পদ। চৈও আহক বিৰাটৰ মালিকানাত থকা সাতটা ব্যয়বহুল বস্তু কি কি।