உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » lifestyle »Virat Kohli Income: বিৰাট কোহলীয়ে এটা ইনষ্টাগ্ৰাম পোষ্টৰ পৰা কোটি টকা উপাৰ্জন কৰে, Net Worth জানিলে আচৰিত হ'ব ...

    Virat Kohli Income: বিৰাট কোহলীয়ে এটা ইনষ্টাগ্ৰাম পোষ্টৰ পৰা কোটি টকা উপাৰ্জন কৰে, Net Worth জানিলে আচৰিত হ'ব ...

    বিৰাট কোহলী (Virat Kohli) যোৱা বছৰ হপাৰ ইনষ্টাগ্ৰাম সমৃদ্ধ তালিকাত সৰ্বোচ্চ স্থানপ্ৰাপ্ত ভাৰতীয় আছিল। তেওঁ ইনষ্টাগ্ৰামত প্ৰতিটো প্ৰচাৰমূলক পোষ্টৰ বাবে ৫ কোটি টকাতকৈও অধিক উপাৰ্জন কৰে।