তথ্য অনুসৰি, অদ্ভুত এই ঘটনাটো আউৰাইয়া জিলাৰ বিধুনা কোতোয়ালীৰ নবীন বস্তিৰ। এই ঘটনা ছচিয়েল মিডিয়াত জনাজাত হোৱাৰ পিছতে আচৰিত হয় নেটিজেনো। আচলতে বৰমলালা পিন্ধোৱাৰ সময়তে আৱেগিক হৈ দৰাই দিনৰ ডিঙিত থকা মালাডাল চিঙি দিয়ে। আৰু ইয়াৰ পিছতে খঙত অগ্নিশৰ্মা হৈ পৰে কইনা। লগে লগে বিয়া হবলৈ অমান্তি হয়।