মেকুৰীবোৰ কুকুৰৰ দৰে জনপ্ৰিয়। বহুলোকে ঘৰত মেকুৰী ৰাখে, বহুলোকে ঘৰৰ মানুহৰ দৰে মেকুৰীবোৰৰ যত্নও লয়। আমি সদায় এটা কথা কওঁ, বাঘৰ মাহী মেকুৰী। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে মেকুৰী এটাক বাঘৰ মাহী বুলি কিয় কোৱা হয়? এই প্ৰশ্নটো সামাজিক মাধ্যমত অতি জনপ্ৰিয়। (Viral News)