Home » photogallery » lifestyle »Vijaya Dashami 2022: বিজয়া দশমীৰ দিনা এই ৫ টা খাদ্য খালে পাব 'গুড লাক'

Vijaya Dashami 2022: বিজয়া দশমীৰ দিনা এই ৫ টা খাদ্য খালে পাব 'গুড লাক'

2022 Vijayadashami in Assamese: বেয়াৰ ওপৰত ভালৰ প্ৰতীক দশেৰা নামৰ উৎসৱ সমগ্ৰ দেশতে ধুমধামেৰে পালন কৰা হয়। নৱৰাত্ৰিৰ দশম দিনা উদযাপন কৰা হয় বিজয়দশমী উৎসৱ। ধৰ্মীয়ভাৱে অতি গুৰুত্বপূৰ্ণ এই উৎসৱত ঘৰে ঘৰে বহু ধৰণৰ মিঠাই প্ৰস্তুত কৰি আপোনজনৰ মুখ মিঠা কৰি তোলা হয়। ইয়াৰ সমান্তৰালভাৱে বিজয়দশমীৰ দিনা যদি সেইবোৰ খোৱা হয়, তেনেহ’লে আগন্তুক সময়ত ‘সৌভাগ্য’ আনিব পাৰিব বুলিও কিছুমান বস্তুৰ বিষয়ে এটা বিশ্বাস আছে। সেই কথাবোৰৰ বিষয়ে জানো আহক..

শেহতীয়া বাতৰি