Change Language
মুখ্যপৃষ্ঠা » ফটো » জীৱন শৈলী
2/ 5


দেওবাৰে মুম্বাইৰ কোলাবাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰী শশীকলাই ‘কভী খুশী কভী গম’, ‘মুঝছে শাদী কৰোগী’, ‘তিন বাতি ৰাস্তা’, ‘তিনি বহুৰাণীয়া’, ‘আয়ে মিলন কী বেলা’–সহ শতাধিক ছবিত সফলতাৰে অভিনয় কৰিছিল। (ফটো : সংগৃহীত)
3/ 5


১৯৩২ চনত মহাৰাষ্ট্ৰৰ ছোলাপুৰৰ এটা মহাৰাষ্ট্ৰীয়ান অৰ্থাৎ মাৰাঠী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল শশীকলাই। (ফটো : সংগৃহীত)
4/ 5


শশীকলাই পৰিচয় লাভ কৰিছিল ‘ডাকু’, ‘কভী খুশী কভী গম’–ৰ দৰে ছবিৰ বাবে। ইয়াৰ উপৰি জনপ্ৰিয় টেলিভিছন শ্ব’ ‘সোণপৰী’, ‘জিনা ইছি কা নাম হ্যে’ত তেওঁৰ অভিনয়ে দৰ্শকক মুগ্ধ কৰিছিল। (ফটো : সংগৃহীত)