Home » photogallery » lifestyle »Vastu Tips: ঘৰত কোনবোৰ গছ ৰাখিলে হয় ধন হানি, কোনবোৰ গছ ৰাখিলে হয় সমৃদ্ধি...

Vastu Tips: ঘৰত কোনবোৰ গছ ৰাখিলে হয় ধন হানি, কোনবোৰ গছ ৰাখিলে হয় সমৃদ্ধি...

Vastu Tips For Plants: যদি আপোনাৰ ঘৰত বাস্তু দোষ থাকে ই আপোনাৰ ঘৰৰ পৰিৱেশ প্ৰভাৱিত কৰিব পাৰে। জানি লওঁক, বাস্তু শাস্ত্ৰ অনুসৰি আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ আৰু কোনবোৰ গছে আপোনাৰ ঘৰলৈ নিগেটিভ শক্তি কঢ়িয়াই আনিব পাৰে।