আপোনাৰ ঘৰৰ পাকঘৰত নিশা ঝুঠা বাচন নাৰাখিব। অৰ্থাৎ ৰাতি বাচন বোৰ ধুই থব। অন্যথা ব্যৱসায় বা ধনৰ লোকচান হ'ব পাৰে। (সাংকেতিক Photo-shutterstock.com) (Disclaimer: এই প্ৰবন্ধৰ তথ্য আৰু পৰামৰ্শ সাধাৰণ জনবিশ্বাসৰ ওপৰত আধাৰিত। NEWS18 অসম নৰ্থ-ইষ্টে এইবোৰ নিশ্চিত নকৰে। এইবোৰ কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)