এৰিকা পাম : দেখাত অতি সুন্দৰ। ঘৰৰ যিকোনো স্থানত ৰাখিলে সেই স্থানৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে এই গছে। লগতে এটা ফ্ৰেছ লুক দিব পাৰে এই গছে। বহুতেই কয়, এই গছ ঘৰত ৰাখিলে পজিটিভিটী বজাই ৰাখে, সুখ–সমৃদ্ধি বৃদ্ধি পায়।
8/ 8
জেড প্লাণ্ট : এই গছ ঘৰত ৰাখিলে সুখ–সমৃদ্ধি বজাই ৰাখে। লগতে দেখিবলৈও ভাল। এই গছৰ যত্ন ল’বলৈ খুব বেছি সমস্যা নহয়।