আমাৰ চৌপাশত ধনাত্মক শক্তিৰ লগতে ঋণাত্মক শক্তিও আছে। সেইবাবেই আমাৰ ঘৰৰ কিছুমান কথাই আমাৰ জীৱনতো প্ৰভাৱ পেলায়। জ্যোতিষ শাস্ত্ৰৰ মতে,..ৰাতিপুৱা সাৰ পোৱাৰ পিছত কিছুমান বিশেষ বস্তু দেখিলে ব্যক্তিজনৰ দৈনন্দিন জীৱনত সমস্যাৰ সৃষ্টি হ'ব। ইয়াৰ ভিতৰত আৰ্থিক আৰু পাৰিবাৰিক সমস্যাও অন্তৰ্ভুক্ত।