Home » photogallery » lifestyle »Vastu Tips: টকা বাঢ়িব, সোণালী দিন আহিব ! এই কাম কৰক, পলাশৰ ৰঙে আপোনাৰ জীৱনটো ৰঙীণ কৰি তুলিব ...

Vastu Tips: টকা বাঢ়িব, সোণালী দিন আহিব ! এই কাম কৰক, পলাশৰ ৰঙে আপোনাৰ জীৱনটো ৰঙীণ কৰি তুলিব ...

Vastu Tips- জ্যোতিষ শাস্ত্ৰ অনুসৰি, এই গছৰ ফুলবোৰ অতি অলৌকিক। সমৃদ্ধিৰ বাবে পলাশ ফুল (Palas flower For Prosperity) ঘৰত ৰাখিব পাৰি আৰু বহুতো ইতিবাচক ফলাফল আছে।