Home » photogallery » lifestyle »Lucky Gift: ৫ বিধ বস্তু যাক উপহাৰ ৰূপে পালেও শুভ উপহাৰ দিলেও শুভ

Lucky Gift: ৫ বিধ বস্তু যাক উপহাৰ ৰূপে পালেও শুভ উপহাৰ দিলেও শুভ

Vastu Tips for Gift: কোনোবাৰ জন্মদিনে (Birthday)ই হওক বা বিবাহ, বা নিজৰ সংগীক খুছ কৰাৰ বাবেই হওক, সকলোতকৈ ভাল উপায় হৈছে উপহাৰ (Gift) প্ৰদান কৰা। উপহাৰ পালে সকলোৱে অতি আনন্দিত হয়। কিন্তু বহু সময়ত আমি ৰৈ যাও এইটো চিন্তা কৰি যে কি উপহাৰ দিয়া যায়। কিন্তু এনে কিছুমান বস্তু আছে যিবোৰ উপহাৰ হিচাপে দিব পাৰি আৰু যিবোৰ উপহাৰৰূপে দিলে পাওতা আৰু দিওতা দুয়োজনৰে বাবেই হয় শুভ (Lucky Gift)। বাস্তু শাস্ত্ৰৰ (Vastu Shastra) মতে এই উপহাৰ সমূহে মানুহৰ দুৰ্ভাগ্য দূৰ কৰি সৌভাগ্য (Good Luck) কঢ়িয়াই আনে।