

অৱশেষত পোহৰলৈ আহিল বৰুণ ধাৱান আৰু নতাশা দালালৰ বিয়াৰ ফটো। সকলোৱে বৰুণ–নতাশাৰ বিয়াৰ ফটোকৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল। অৱশেষত সেই অপেক্ষাৰ অৱসান ঘটিল। Photo: Instagram


বৰুণ ধাৱানৰ বিয়াত নিষিদ্ধ আছিল মোবাইল ফোনৰ ফটো। সেয়ে বিয়াৰ সাজত বৰুণ আৰু নতাশাক দেখাটো প্ৰায় অসম্ভৱ হৈ পৰিছিল। অৱশেষত অনুৰাগীৰ সপোন পূৰণ কৰিলে বৰুণে নিজেই। Photo: ANI


ইনষ্টাগ্ৰামত পোষ্ট কৰিলে বিয়াৰ ফটো। ফটোত দেখা গৈছে পুত্ৰ বৰুণৰ ঠিক পিছফালে উচ্চাসিত ডেভিদ ধাৱানক। Photo: ANI


বৰুণ ধাৱানৰ বিয়াক লৈ দেওবাৰে পুৱাৰ পৰাই সমগ্ৰ বলীউদত চৰ্চা। নতাশা আৰু বৰুণৰ বিয়াৰ ফটো চোৱাৰ বাবে বাবে বাট চাইছিল অনুৰাগীসকলে। কিন্তু বৰুণৰ কঠোৰ নিষেধাজ্ঞা। নো মোবাইল ফোন। যেতিয়ালৈ বৰুণ–নাতাশাই নিজে কেমেৰাৰ সন্মুখত থিয় হোৱা নাই, তেতিয়ালৈ ফটো দেখাটো কঠিন হৈ পৰিছিল। শেষত বৰুণে ন কইনাক লৈ কেমেৰাৰ সন্মুখলৈ আহিল। Photo; ANI