உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » lifestyle »Holy Basil: ঔষধ আৰু মছলা দুয়োটাই হয় তুলসী, অথৰ্ববেদতো আছে ইয়াৰ উল্লেখ, তুলসীৰ লগত জড়িত বিশেষ কথাবোৰ জানি লওক

    Holy Basil: ঔষধ আৰু মছলা দুয়োটাই হয় তুলসী, অথৰ্ববেদতো আছে ইয়াৰ উল্লেখ, তুলসীৰ লগত জড়িত বিশেষ কথাবোৰ জানি লওক

    তুলসী পাতৰ ৰস দিলে জ্বৰ, ব্ৰংকাইটিছ, কাহ, পাচনতন্ত্ৰৰ সমস্যাৰ পৰা উপশম পোৱা যায়। কাণৰ বিষতো তুলসী তেল ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদত ইয়াক ডায়েবেটিছ, মেদবহুলতা আৰু স্নায়ুজনিত বিসংগতিৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।