আজিকালি অকালপক্কতাৰ বাবে কোনো নিৰ্দিষ্ট বয়স নাই ৷ গতিকে চুলিত ৰং ব্যৱহাৰ কৰাৰ পুৰণি লাজ-মানৰ বাধাও বহুদিন আগতেই ভাঙি পৰিছে ৷ পকা চুলিয়েই হওক বা সাধাৰণ চুলিয়েই হওক এতিয়া ১৮ৰ পৰা ৬০ বছৰ বয়সলৈ সকলোৱে চুলিত ৰং ব্যৱহাৰ কৰা হৈছে৷ ।
2/ 6
কিন্তু বেছিভাগৰেই সমস্যা হৈছে যে চুলিৰ ৰং বেছিদিন নাথাকে, অতি সোনকালে উঠি যায়। কিন্তু যদি আপুনি কিছুমান পৰামৰ্শ অনুসৰণ কৰে তেন্তে চুলিৰ ৰং বেছি দিনলৈ ধৰি ৰাখিব পাৰি। (Tips to ensure that hair colour stays longer)৷