আকৌ ডাঙৰ খবৰ! কোৰোণাৰ দ্বিতীয় ঢৌৰ মাজতে ভাল খবৰ! হ্ৰাস পাইছে সোণৰ দাম। গুৱাহাটী মহানগৰীতো হ্ৰাস পাইছে সোণৰ মূল্য। ২২ আৰু ২৪ কেৰেট সোণৰ দামত সস্তা হৈছে। ২২ কেৰেট সোণৰ ১ গ্ৰামৰ দাম ৪,৬৪৩ টকা (হ্ৰাস পাইছে ১ টকা ), ৮ গ্রামৰ দাম ৩৭,১৪৪ টকা (হ্ৰাস পাইছে ৮ টকা ), ১০ গ্রামৰ দাম ৪৬,৪৩০ টকা (হ্ৰাস পাইছে ১০ টকা ), ১০০ গ্রামৰ দাম ৪,৬৪,৩০০ (হ্ৰাস পাইছে ১০০ টাকা )৷ ২৪ কেৰেট সোণৰ ১ গ্রামৰ দাম ৪,৯১৩ টকা (হ্ৰাস পাইছে ১ টকা ), ৮ গ্রামৰ দাম ৩৯,৩০৪ টকা (হ্ৰাস পাইছে ৮ টকা ), ১০ গ্রামৰ দাম ৪৯,১৩০ টকা (হ্ৰাস পাইছে ১০ টকা ), ১০০ গ্রামৰ দাম ৪,৯১,৩০০ টকা (হ্ৰাস পাইছে ১০০ টকা )।