জন্মমাহ অনুসৰি সকলোৰে কিছুমান বৈশিষ্ট থাকে। কোনোৱে যদি টকাৰ পিছত দৌৰে, কোনোৱে ৰোজগাৰ বিচাৰৰ লগতে অন্যান্য কামত গুৰুত্ব দিয়ে।
2/ 7
২০২১ চনৰ শেষ মাহ ডিচেম্বৰ এতিয়া আৰম্ভ হৈছে। ডিচেম্বৰত যিসকলে জন্মগ্ৰহণ কৰিছে, সেইসকল ইণ্টেলিজেণ্ট হয়। থাকে ক্ৰিয়েটিভিটি।
3/ 7
এই মাহত যিসকলৰ জন্ম হৈছে সেইসকলৰ জন্মসূত্ৰে নেতা হ'ব পৰা কোৱালিটী থাকে। বিশেষ কিছুমান গুণে মানুহক ডিচেম্বৰত জন্ম হোৱা সকলে আকৃষ্ট কৰে।
4/ 7
সম্পৰ্কৰ বিষয়ত অত্যন্ত সচেতন সংবেদনশীল এই ৰাশিৰ জাতক-জাতিকা। বিবাহিত জীৱনত, জীৱন সংগীৰ প্ৰতি বিশেষ ভাবে দায়বদ্ধ এই ৰাশিৰ জাতক-জাতিকা। অতি সহজেই মানুহৰ আৱেগ অনুভূতি বুজি পায়।
5/ 7
ডিচেম্বৰত জন্ম হোৱাসকল সৌভাগ্যবান। ব্যক্তিগত জীৱনৰ লগতে কৰ্মজীৱনতো সফলতা লাভ কৰে।
6/ 7
ডাঙৰ ডাঙৰ চিন্তা ভাৱনাৰ লগতে বিভিন্ন ক্ষেত্ৰত জাতক-জাতিকা কিছু প্ৰতবন্ধকতাত আৱদ্ধ হৈ থাকে।
7/ 7
এই মাহত যিসকলে জন্মগ্ৰহণ কৰিছে, তেওঁলোকৰ আটাইতকৈ ডাঙৰ সমস্যা হল- তেওঁলোক কিছু ক্ষেত্ৰত এলেহুৱা।