২০২০ বৰ্ষৰ ভিতৰতে বজাৰলৈ কোৰোণাৰ ভেকচিন আহিব। এই তথ্য ভ্ৰান্ত। দিনে–নিশাই পৰিশ্ৰম কৰিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানীয়ে। তৃতীয় তথা শেষ দফাৰ ট্রায়েল চলিছে দিনে–নিশাই। তথাপিও এই বছৰ ভেকচিন বজাৰলৈ অহাটো অসম্ভৱ যেনেই ধাৰণা হয়।
2/ 5
বহুতেই ভাবিছে বিজ্ঞানীসকলে শেষ মুহূৰ্তত লৰা–লৰিকৈ কাম কৰিছে। কিন্তু এই তথ্যও ভুল। অক্লান্ত পরিশ্রম কৰিছে তেওঁলোকে ঠিকেই। কিন্তু তাৰ অৰ্থ এয়া নহয় যে কোনো ধৰণৰ শ্বৰ্টকাট লোৱা হৈছে।
3/ 5
এইটো তথ্যও বজাৰত ঘুৰিছে যে ক’ভিড ভেকচিনে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি পেলাব। কিন্তু এই তথ্যৰ সৈতেও বাস্তৱৰ কোনো সম্পৰ্ক নাই। কোনো ভেকচিনৰ ক্ষমতা নাই ৰোগ প্রতিৰোধ ক্ষমতাক দুৰ্বল কৰি পেলোৱাৰ।
4/ 5
বহুতে আনকি এনেকৈও কৈছে যে কোৰোণা ভেকচিন লোৱাটো নিৰাপদ নহ’ব। নানা পার্শ্বপ্রতিক্রিয়াৰ সম্ভাৱনা আছে। এই চিন্তাও ভুল। কাৰণ কোৰোণাৰ ভেকচিনৰ পার্শ্বপ্রতিক্রিয়া থাকিলে ট্রায়েলতে সেয়া প্ৰমাণিত হ’ব।