Change Language
মুখ্যপৃষ্ঠা » ফটো » জীৱন শৈলী
1/ 5


ভাতৰ মাৰ কাঢ়ি বহুতে পেলাই দিয়ে। কিন্তু এই মাৰ কি কি কাৰণে ব্যৱহৃত হয়, সেয়া কয় শেষ কৰিব নোৱাৰি। বিশেষকৈ ৰূপচৰ্চাত ভাতৰ মাৰ অনন্য। ব্যৱহাৰ জানিলে আপুনি কেতিয়াও অবহেলা নকৰিব এই বস্তু।
4/ 5


চৰ্ম ৰোগ বিশেষজ্ঞই কোৱা মতে, চকুৰ ওচৰৰ ক’লা দাগ দূৰ কৰিবলৈ ভাতৰ মাৰৰ বিকল্প নাই। নিয়মিত ব্যৱহাৰ কৰিলে চকুৰ ডাৰ্কচাৰ্কোল আঁতৰি যায়।