এইটো দ্বাদশ শতিকাত ঘটিছিল। বহুলোকে সেই সময়ত ছোৱালীজনীক বিশ্বাস কৰা নাছিল। বহুতো গৱেষকে এই সেউজীয়া ভাই-ভনীসকলৰ অতীতৰ বিষয়ে অনুসন্ধান কৰে, আৰু তেওঁলোকৰ ছাল কেনেদৰে সেউজীয়া আছিল তাৰ ওপৰত গৱেষণা আৰম্ভ হয়। কিন্তু আজি পৰ্যন্ত কোনো প্ৰমাণ নাই। বহুতে তেওঁলোকক বহিৰ্জাগতিক প্ৰাণী বুলি ভাবিছিল। এই ৰহস্যএতিয়াও সমাধান হোৱা নাই।