য়ামাহা FZ-X মডেলত ফুৱেল টেঙ্ক, ছাইড ক'ভাৰ, ইঞ্জিন গার্ড, হেডলাইট ষ্টে, ফ্রন্ট ফেণ্ডৰ, ফেণ্ডৰ ষ্টে আৰু গ্ৰেব বাৰত মাস্কুলাৰ লুক দিয়াৰ বাবে মেটেল পার্টছ ব্যৱহাৰ কৰিছে।.বাইকৰ ফ্রন্ট পোর্কস ক'লা Gatorsৰে ক'ভাৰ কৰা হৈছে। LED লাইটে এই মডেলকে অনন্য ৰূপ দিছে।