Change Language
মুখ্যপৃষ্ঠা » ফটো » জীৱন শৈলী
1/ 5


বিগত মাহত Vivo X60 series, Realme X7, আৰু OnePlus 9 series ৰ পিছত এপ্ৰিলত ভাৰতীয় বজাৰলৈ আহিব আন কেইবাটাও আকৰ্ষণীয় ফোন। Xiaomi, Realme, Oppo, আৰু Samsungএ জনাইছে তেওঁলোকৰ পৰিকল্পনা। এই মাহৰ শেষৰফালে আহিব Mi 11 Ultra।
2/ 5


Mi 11 Ultra ভাৰতলৈ আহিব ২৩ এপ্ৰিলত। ইয়াত থাকিব Snapdragon 888 processor, 50-megapixel ত্ৰিপল কেমেৰা।
3/ 5


Oppoএ F19 ছিৰিজ ৬ এপ্ৰিলৰ পিছত মুকলি কৰি দিব। ইয়াত থাকিব 5000 mAH বেটাৰী, ত্ৰিপল ৰিয়াৰ কেমেৰা, ৬.৪৩ ইঞ্চি সম্পূৰ্ণ HD + AMOLED ডিছপ্লে।
4/ 5


Samsung Galaxy F02s আৰু Samsung Galaxy F12 ৫ এপ্ৰিলত ভাৰতীয় বজাৰত ভূমুকি মাৰিব। ইয়াৰে Galaxy F12 মডেলটো প্ৰিমিয়াম মডেল ফোন হিচাপে মুকলি কৰিৱ বুলি জানিব পৰা গৈছে।