Home » photogallery » lifestyle »World UFO Day: পৃথিৱীলৈ এলিয়েনবোৰ সঁচাকৈয়ে আহেনে নে এয়া কিবা যাদু ? US ৰ কি Report ?

World UFO Day: পৃথিৱীলৈ এলিয়েনবোৰ সঁচাকৈয়ে আহেনে নে এয়া কিবা যাদু ? US ৰ কি Report ?

Unidentified Flying Object ২ জুলাই বৰ্ষটো বিশ্বজুৰি ইউএফঅ' দিৱস হিচাপে পালন কৰা হয়। ইউএফঅ' দিৱসৰ বিষয়ে আকৌ এবাৰ মহাকাশৰ আন পৃথিৱী, এলিয়েনৰ বিষয়ে আলোচনা কৰা হৈছে। শেহতীয়াকৈ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়, পেন্টাগনে ইউএফঅ'ৰ ওপৰত ইয়াৰ টাস্ক ফ'ৰ্চৰ প্ৰতিবেদন দাখিল কৰিছে।