Home » photogallery » lifestyle »WhatsApp Account Banned: মাত্ৰ ৪৫ দিনত ৩০ লাখৰো বেছি ভাৰতীয়ৰ একাউণ্ট নিষিদ্ধ, তালিকাত আছে নেকি আপোনাৰো নাম?

WhatsApp Account Banned: মাত্ৰ ৪৫ দিনত ৩০ লাখৰো বেছি ভাৰতীয়ৰ একাউণ্ট নিষিদ্ধ, তালিকাত আছে নেকি আপোনাৰো নাম?

WhatsApp–এ জনাইছে যে ইয়াৰ পূৰ্বে ১৫ মে’ৰ পৰা ১৫ জুনৰ ভিতৰত তেওঁলোকে ২ মিলিয়ন ভাৰতীয় ব্যৱহাৰকাৰীক নিষিদ্ধ কৰিছে।