গ্ৰীন টি বা হোৱাইট টি চকুৰ বাবে আৰামদায়ক। গৰম পানীত ডুবাই ৰাখক টি বেগ। তাৰ পিছত উষ্ণতা আপোনাৰ ছালৰ বাবে সহনশীল অৱস্থালৈ আহিলে টি বেগ দুটা ৰাখক বন্ধ চকুৰ ওপৰত। ৫ৰ পৰা ১০ মিনিট ধৰি টি বেগ আইমাস্ক হিচাপে ৰাখক চকুৰ ওপৰত। (এই লেখা সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। ইয়াক প্ৰয়োগ কৰাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লওক।)