Home » photogallery » lifestyle »তাপছীৰ পৰা দীপিকা পাডুকণলৈ, এই ৮গৰাকী বলীউদ তাৰকা ৰিয়েল লাইফতো খেলুৱৈ

তাপছীৰ পৰা দীপিকা পাডুকণলৈ, এই ৮গৰাকী বলীউদ তাৰকা ৰিয়েল লাইফতো খেলুৱৈ

তাপছী পন্নুৱে শেহতীয়াকৈ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজৰ ভূমিকাত অভিনয় কৰিছে আৰু তেওঁ খেলৰ প্ৰতি নিজৰ প্ৰেমৰ বিষয়ে বিস্তাৰিতভাৱে প্ৰকাশ কৰিছে। কিন্তু তেওঁৰ এই কথা বহু কম লোকেহে জানে যে তাপছী স্কোৱাচ খেলত অতি পাৰ্গত।

শেহতীয়া বাতৰি