Home » photogallery » lifestyle »Swiggy Women Period Leave: মহিলা কৰ্মচাৰীসকলৰ Period Leave ! চুইগিয়ে নতুন ঘোষণাৰ জৰিয়তে কি পথ দেখুৱাইছে ?

Swiggy Women Period Leave: মহিলা কৰ্মচাৰীসকলৰ Period Leave ! চুইগিয়ে নতুন ঘোষণাৰ জৰিয়তে কি পথ দেখুৱাইছে ?

Swiggy Women Period Leave: মহিলা কৰ্মচাৰীসকলে ঋতুস্ৰাৱৰ দিনত কাম কৰিবলৈ আহিলে প্ৰায়ে প্ৰতি মাহে সমস্যাৰ সন্মুখীন হয়। এইবাৰ, খাদ্য বিতৰণ কোম্পানী চুইগিয়ে তেওঁলোকৰ বাবে এক বিশেষ বন্ধৰ (Swiggy Women Period Leave) ঘোষণা কৰিছে।