মুখ্যপৃষ্ঠা » ফটো » জীৱন শৈলী
1/ 6


বৰ্তমান কেৰালাত আছে ছানী লিয়নী। কেৰালাৰ এটা ৰিয়েলিটী শ্বুৰ চেটত চলি আছে অভিনেত্ৰীগৰাকীৰ শ্বুটিং।
2/ 6


অভিনেত্ৰীগৰাকীৰ শ্বুটিং স্থলীৰ ফটো এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। অভিনেত্ৰীগৰাকীয়ে পৰিধান কৰা পোছাকে আকৰ্ষিত কৰিছে বহুতকে।
4/ 6


শ্বুটিঙৰ মাজতে এগৰাকী মেকআপ আৰ্টিষ্টে অভিনেত্ৰীগৰাকীক অস্বস্তিত পেলাইছিল বুলি চৰ্চা চলিছে। আৰু তেতিয়াই খং উঠে ছানী লিয়নীৰ।