ষ্টেট বেংক অৱ ইণ্ডিয়াত (SBI) বেয়া আৰু ফটা নোট কিদৰে সলনি কৰিব পাৰি, সেই ক্ষেত্ৰত আগবঢ়াইছে এক গুৰুত্বপূৰ্ণ বাৰ্তা। দৰাচলতে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ টুইটাৰ একাউন্টত এগৰাকী গ্ৰাহকে এই সংক্ৰান্তীয় এক অভিযোগ উত্থাপন কৰিছিল। যাৰ উত্তৰত ষ্টেট বেংকে এক প্ৰয়োজনীয় বাৰ্তা প্ৰেৰণ কৰে।