Home » photogallery » lifestyle »SBI: ATM ৰ পৰা ওলোৱা ব্যৱহাৰৰ অনুপযোগী নোট বা ফটা নোট কেনেকৈ সলনি কৰিব পাৰিব ?

SBI: ATM ৰ পৰা ওলোৱা ব্যৱহাৰৰ অনুপযোগী নোট বা ফটা নোট কেনেকৈ সলনি কৰিব পাৰিব ?

ষ্টেট বেংক অৱ ইণ্ডিয়াত (SBI) বেয়া আৰু ফটা নোট কিদৰে সলনি কৰিব পাৰি, সেই ক্ষেত্ৰত আগবঢ়াইছে এক গুৰুত্বপূৰ্ণ বাৰ্তা। দৰাচলতে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ টুইটাৰ একাউন্টত এগৰাকী গ্ৰাহকে এই সংক্ৰান্তীয় এক অভিযোগ উত্থাপন কৰিছিল। বেংকে জনোৱা মতে কোনো গ্ৰাহকে যদি তেনে নোট পায়ো তেন্তে বেংকৰ যিকোনো শাখালৈ গৈ সলনি কৰি ল’ব পাৰিব।