সস্তাত ঘৰ কিনাৰ পৰিকল্পনা থাকিলে ষ্টেট বেংক অৱ ইণ্ডিয়াই (State Bank of India) সুন্দৰ অফাৰ লৈ আহিছে ৷ প্রতীকী ছবি ৷
2/ 9
এছ বি আইৰ (SBI) এই অফাৰৰ জৰিয়তে নিৰ্মিত এটা ঘৰ ক্ৰয় কৰাৰ এক বিশেষ সুযোগ আছে ৷ প্রতীকী ছবি ৷
3/ 9
এই নিলাম ২৫অক্টোবৰ ২০২১-ৰ পৰা উপলব্ধ। এই তথ্য IBAPI (Indian Banks Auctions Mortgaged Properties Information) দ্বাৰা প্ৰদান কৰা হৈছে যাক ডিফল্টৰ বাবে তালিকাভুক্ত কৰা হৈছে।৷ প্রতীকী ছবি ৷
4/ 9
ষ্টেট বেংকে টুইট কৰিছে (State Bank of India Tweeted regarding the matter) যে নিলাম ২৫ অক্টোবৰৰ পৰা আৰম্ভ হ'ব৷ আৱাসিক সম্পত্তি আৰু বাণিজ্যিক সম্পত্তি ই-নিলাম কৰা হ'ব৷ ইয়াৰ ফলত সঠিক মূল্যত ঘৰ ক্ৰয় কৰাত সক্ষম হ'ব৷ সাংকেতিক ছবি৷
5/ 9
ইয়াৰ বাবে নাম নথিভুক্ত কৰিব লাগিব e-Bkray পোৰ্টেলত https://ibapi.in/ এই পোর্টেলত পঞ্জীভুক্ত কৰিবলৈ ক্লিক কৰক আৰু ই মেইল আইডি ফোন নম্বৰ যোগ কৰক। প্রতীকী ছবি ৷