ষ্টেট বেংকৰ গ্ৰাহকসকলৰ বাবে ডাঙৰ খবৰ। এইবাৰ লাইফ চাৰ্টিফিকেট বা জীৱন প্ৰমাণ জমা দিব পাৰে মাত্ৰ এটা ভিডিঅ’ কলতে। এছবিআইৰ পেঞ্চন সেৱা ম’বাইল এপ অথবা ৱেবছাইটৰ জৰিয়তে। (প্ৰতীকী ফটো) ইয়াৰ বাবে কি কৰিব লাগিব? প্ৰথমে এছবিআইৰ পেঞ্চন সেৱা পাবলৈ গ’লে pensionseva.sbiত ক্লিক কৰিব লাগিব। ‘VideoLC’ ক্লিক কৰিব লাগিব। (প্ৰতীকী ফটো) যদি পেঞ্চন সেৱা ম’বাইল এপ ক্লিক কৰিব পাৰে। Video Life Certificate লেণ্ডিং স্ক্ৰীণত ক্লিক কৰিব লাগিব। (প্ৰতীকী ফটো) ইয়াৰ পিছতে একাউণ্ট নম্বৰ এণ্টাৰ কৰিব লাগিব, যি একাউণ্টত পেঞ্চনৰ টকা জমা হয়। ইয়াৰ পিছতে কেপচা দিব লাগিব। (প্ৰতীকী ফটো) ইয়াৰ পিছত চেকবক্সত ক্লিক কৰিব লাগিব। Aadhaar data for VLC ক্লিক কৰিব লাগিব। তাৰ সৈতে ভেলিডেট কৰিব লাগিব। (প্ৰতীকী ফটো) যদি ভিএলচি এলিজিবল হৈ থাকে তেন্তে ইয়াৰ পিছত অ’টিপি বা ৱান টাইম পাছৱৰ্ড আধাৰ লিংকড ম’বাইলত ৰিচিভ কৰিব, সেয়া দিব লাগিব। (প্ৰতীকী ফটো) তাৰ পিছত ভেলিডেচন সফল হ’লে কনফাৰ্ম কৰিব লাগিব। ইয়াৰ পিছত সমস্ত প্ৰয়োজনীয় নথি–পত্ৰ দিব লাগিব, তাৰ পিছত প্ৰছেছ বক্সত টিক কৰি Proceedত ক্লিক কৰিব লাগিব। (প্ৰতীকী ফটো) ইয়াৰ পিছত পৰৱৰ্তী ছেছনৰ বাবে অপেক্ষা কৰিব লাগিব বা পৰৱৰ্তী ছিডিউলৰ বাবে অপেক্ষা কৰিব লাগিব। (প্ৰতীকী ফটো)