অমিতাত থাকে ভিটামিন চি আৰু ভিটামিন এ। কেঁপা অমিতা ভালকৈ ব্লেণ্ড কৰি তাত গোলাপ জল মিহলাই পেষ্ট তৈয়াৰ কৰি লওক। এই মাস্কটো ওঁঠৰ চাৰিওফালে লগাই আধা ঘণ্টা ৰখাৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাওক। এই মাস্কটো সপ্তাহত ২ দিন ব্যৱহাৰ কৰিব পাৰে। (DIsclaimer : এই প্ৰতিবেদন কেৱল মাত্ৰ সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। বিস্তাৰিতভাৱে জানিবলৈ বা ব্যৱহাৰ কৰাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লওক।)