বছৰটোৰ শেষটো সূৰ্যগ্ৰহণ হ’ব ২৫ অক্টোবৰত। গোবৰ্ধন পূজাৰ দিনাই আৰু দীপাৱলীৰ পিছদিনাই সূৰ্যগ্ৰহণ। প্রতীকী ছবি ৷
মূলতঃ এই সূৰ্যগ্ৰহণ আৰম্ভ হ’ব ২৫ অক্টোবৰৰ বিয়লি ৪.২৯ বজাত আৰু ৫.২৪ মিনিট পৰ্যন্ত স্থায়ী হ’ব গ্ৰহণ ৷ প্রতীকী ছবি ৷
এই দুটা উৎসৱত সূৰ্যগ্ৰহণে কি প্ৰভাৱ পেলাব? কেলেণ্ডাৰ অনুসৰি ২০২২ চনৰ ২৪ অক্টোবৰ সন্ধিয়া ৫.২৯ বজাৰ পৰা সূর্যগ্রহণ আৰম্ভ হ’ব আৰু পিছদিনা অৰ্থাৎ ২৫ অক্টোবৰত বিয়লি ৪.২৯ বজাৰ পৰা বিয়লি ৫.২৪ বজালৈ চলিব। প্রতীকী ছবি ৷
এই দুটা উৎসৱত সূৰ্যগ্ৰহণৰ বিশেষ প্ৰভাৱ পৰিব। কেলেণ্ডাৰ অনুসৰি ২০২২ চনৰ ২৪ অক্টোবৰৰ সন্ধিয়া ৫.২৯ বজাৰ পৰা আৰম্ভ হ’ব আৰু পিছদিনা ২৫ অক্টোবৰ, ২০২২ তাৰিখে বিয়লি ৪.২০ বজালৈ চলিব কাৰ্তিক অমাৱস্যা।প্রতীকী ছবি ৷
বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ হ’ল ২৫ অক্টোবৰ ভাৰতৰ পৰা সূৰ্যগ্ৰহণ দেখা নাযায় বুলি ধাৰণা কৰা হৈছে। সূৰ্যগ্ৰহণ শেষ হোৱাৰ ১২ ঘণ্টা আগতেই আৰম্ভ হ’ব লাগে ।প্রতীকী ছবি ৷
ভাৰতৰ পৰা দেখা নাপাব সূৰ্যগ্ৰহণ ইয়াৰ ফলত দীপাৱলীত কোনো প্ৰভাৱ নপৰে গোবৰ্ধন পূজাও কৰিব পাৰি। প্রতীকী ছবি ৷