Home » photogallery » lifestyle »Viral Photo: ভাৰতীয় মহিলা ক্ৰিকেটাৰ স্মৃতিৰ ছবিয়ে তোলপাৰ লগাইছে Social Mediaত, অনুৰাগীয়ে নাম দিছে National Crush ...

Viral Photo: ভাৰতীয় মহিলা ক্ৰিকেটাৰ স্মৃতিৰ ছবিয়ে তোলপাৰ লগাইছে Social Mediaত, অনুৰাগীয়ে নাম দিছে National Crush ...

২৪ বছৰীয়া ভাৰতীয় মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধানা (Smriti Mandhana)ৰ ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ফটোত দেখা গৈছে যে তেওঁ এখন টেষ্ট মেচৰ সময়ত চুলি বান্ধিবলৈ চেষ্টা কৰি আছে। কিছুমান মানুহে তেতিয়া তেওঁক বলীউডৰ অভিনেত্ৰীসকলৰ সৈতে তুলনা কৰিছে।