জয়ে লগতে কয় যে, ‘চিয়াৰ মৃত্যুৰ খবৰ শুনি আচৰিত হৈছো। তেওঁৰ আত্মাই শান্তি পাওক। কিন্তু প্ৰত্যেকৰে জীৱনত সমস্যা থাকেই। এনে মহামাৰীৰ সময়ত সকলো সমস্যাত পৰিছে। কিন্তু এনেধৰণৰ সিদ্ধান্ত ল’ব নালাগে। এনেকাম কৰি নিজৰ সমস্যা সমাধান কৰিব পাৰে, কিন্তু পিতৃ-মাতৃৰ কথা এবাৰ ভাবিব লাগে।’