Home » photogallery » lifestyle »Shani Jayanti 2022: শনি জয়ন্তীত ৰাশি অনুসাৰে কৰক দান, সফল হ’ব কাম

Shani Jayanti 2022: শনি জয়ন্তীত ৰাশি অনুসাৰে কৰক দান, সফল হ’ব কাম

এই বছৰ শনি জয়ন্তী (Shani Jayanti) ৩০ মে’ত হ’ব। শনি দেৱতাৰ জন্ম জ্যেষ্ঠ অমাৱশ্যাত হৈছিল। শনি জয়ন্তী উপলক্ষে আপুনি কৰ্মফলদাতা শনি দেৱতাক প্ৰসন্ন কৰাৰ বাবে কেতবোৰ কাম কৰিব পাৰে, যাৰ দ্বাৰা শনি দেৱতাৰ কৃপা প্ৰাপ্ত হ’ব পাৰে।

শেহতীয়া বাতৰি