আপুনি মাজে সময়ে এনে কিছুমান সপোন দেখেনে যিবোৰক লৈ চিন্তা কৰে? স্বপ্ন শাস্ত্ৰ অনুসৰি, এই ৬টা বস্তু আপুনি সপোনত দেখিলে সলনি হ’ব পাৰে আপোনাৰ জীৱন! (প্ৰতীকী ফটো) আপুনি যদি সপোনত টিয়া চৰাই দেখিবলৈ পায়, তেন্তে এয়া ভাল লক্ষণ। ইয়াৰ অৰ্থ আপুনি শীঘ্ৰে ধনী হ’বলৈ গৈ আছে। সপোনত নেউল দেখিলে ইয়াৰ অৰ্থ আপোনাৰ ওচৰত সোণ আৰু ৰূপৰ অলংকাৰ আহিব পাৰে। আপুনি ধনী হ’বলৈ গৈ আছে। আপুনি যদি সপোনত মৌমাখিৰ এটা চাক বা মৌচাক দেখে তেন্তে আপুনি অৰ্থ লাভ হ’ব পাৰে। স্বপ্ন শাস্ত্ৰ অনুসৰি, সপোনত পৰুৱা দেখা শুভ লক্ষণ। কোৱা হয় যে পৰুৱা দেখা ধনী হোৱাৰ লক্ষণ। সপোন বৃশ্চিক দেখিলৈ আকস্মিক সম্পদ আগমনৰ লক্ষণ বুলি কোৱা হয়। যদি সপোন গাখীৰ দেখে, তেন্তে সেয়া শুভ ফলৰ লক্ষণ বুলি কোৱা হয়।