গ্রাহকসকলৰ কাৰণে ষ্টেট বেংকৰ আন এটা ভাল খবৰ হ’ল, এছএমএছৰ বাবদ চার্জো তুলি লৈছে বেংকে। বেংক লেনদেনৰ যি তথ্য এছএমএছৰ মাধ্যমেৰে গ্রাহকসকলক এছবিআইয়ে জনায় তাৰ ওপৰত ইমানদিনে বাৰ্ষিক এটা চাৰ্জ লৈ আহিছিল বেংকে। এইবাৰ সেই চাৰ্জ উঠাই লোৱা হৈছে। ৪৪ কোটিৰ অধিক চেভিংছ একাউণ্ট আছে ষ্টেট বেংকৰ।