உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » lifestyle »SBI: ১০ দিনৰ ভিতৰত এই গুৰুত্বপূৰ্ণ কাম নকৰিলে বন্ধ হ’ব লেনদেন, ব্লক হ’ব পাৰে একাউণ্ট!

    SBI: ১০ দিনৰ ভিতৰত এই গুৰুত্বপূৰ্ণ কাম নকৰিলে বন্ধ হ’ব লেনদেন, ব্লক হ’ব পাৰে একাউণ্ট!

    এছবিআইৰ ফালৰ পৰা এক টুইটযোগে জনোৱা হৈছে যে পেন আৰু আধাৰ লিংক কৰাটো বাধ্যতামূলক। নহ’লে একাধিক সমস্যাৰ সন্মুখীন হ’ব লাগিব গ্ৰাহকসকল।