ষ্টেট বেংক অব ইণ্ডিয়া (State Bank of India Customer)ৰ গ্ৰাহকসকলৰ বাবে এই তথ্য অতি প্ৰয়োজনীয়। কাৰণ আগন্তুক ১০ দিনৰ ভিতৰত অচল হ’ব পাৰে আপোনাৰ পান কাৰ্ড (PAN Card)।
2/ 8
ফলত বৰ্তমানৰ চলি থকা একাউণ্টত পৰিব প্ৰভাৱ। সেয়ে ষ্টেট বেংক অব ইণ্ডিয়াই ৪৪ কোটি গ্ৰাহকক সাধান কৰি দিছে।
3/ 8
বেংকৰ ফালৰ পৰা জনোৱা হৈছে যে ৩০ জুনৰ ভিতৰত পেন আৰু আধাৰ লিংক কৰাটো বাধ্যতামূলক। অন্যথা লেনদেনৰ ক্ষেত্ৰত সৃষ্টি হ’ব পাৰে সমস্যাৰ।
4/ 8
এছবিআইৰ ফালৰ পৰা এক টুইটযোগে জনোৱা হৈছে যে পেন আৰু আধাৰ লিংক কৰাটো বাধ্যতামূলক। নহ’লে একাধিক সমস্যাৰ সন্মুখীন হ’ব লাগিব গ্ৰাহকসকল।
5/ 8
এছবিআইৰ ফালৰ পৰা আৰু জনোৱা হৈছে যে আধাৰ লিংক নাথাকিলে ভৱিষ্যতে লেনদেনৰ ক্ষেত্ৰত ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব। কোনো চৰকাৰী আঁচনিৰ সুবিধা নাপাব।