Home » photogallery » lifestyle »Sara Tendulkar: শচীনৰ জীয়ৰী চাৰা সম্প্ৰতি লণ্ডনত ! নতুন Photoshootত নতুন অৱতাৰত চাৰা, ভাইৰেল হৈ পৰিছে ফটো ...

Sara Tendulkar: শচীনৰ জীয়ৰী চাৰা সম্প্ৰতি লণ্ডনত ! নতুন Photoshootত নতুন অৱতাৰত চাৰা, ভাইৰেল হৈ পৰিছে ফটো ...

Sara Tendulkar's Viral Photos: চাৰাৰ হাঁহিত সন্তুষ্ট নেটিজেনসকল। এইবাৰ, ফটো শ্বুটত নিজকে এক নতুন অৱতাৰত পাইছে। চাৰাই বৰ্তমান মডেলিং কৰি আছে। তেওঁক কেইমাহমান আগতে এটা জনপ্ৰিয় জীৱনশৈলী ব্ৰেণ্ডৰ বিজ্ঞাপনত দেখা গৈছিল।

শেহতীয়া বাতৰি