একেৰাহে ২২ বছৰ টেনিছ ক’ৰ্টত ধুমুহাৰ সৃষ্টি কৰা ফেডেৰাৰে বিগত তিনি বৰ্ষত যদিওবা কোনো গ্ৰেণ্ড শ্লেম খিতাপ অনা নাই তথাপিও উপাৰ্জনৰ দিশৰ পৰা তেওঁ শীৰ্ষত আছে। ফেডেৰাৰে ক’ৰ্টত এই বৰ্ষত কেৱল ৬ লাখ ডলাৰ উপাৰ্জন কৰিছে কিন্তু ময়দানৰ বাহিৰত তেওঁ ৯ কোটি ডলাৰ উপাৰ্জন কৰিছে। তেওঁ সৰ্বাধিক উপাৰ্জন কৰা টপ–১০ এথলীটছৰ তালিকাত সপ্তম নম্বৰত আছিল। টপ–১০ত ফেডেৰাৰেই একমাত্ৰ টেনিছ প্লেয়াৰ। (PIC: AP)