Home » photogallery » lifestyle »Ritual Of Eating Curd and Sugar: পৰীক্ষা বা আন কোনো গুৰুত্বপূৰ্ণ কামলৈ যোৱাৰ পূৰ্বে দৈ-চেনি খাই নেকি? ইয়াৰ আঁৰত আছে বিজ্ঞানসন্মত কাৰণ...

Ritual Of Eating Curd and Sugar: পৰীক্ষা বা আন কোনো গুৰুত্বপূৰ্ণ কামলৈ যোৱাৰ পূৰ্বে দৈ-চেনি খাই নেকি? ইয়াৰ আঁৰত আছে বিজ্ঞানসন্মত কাৰণ...

পৰীক্ষা দিবলৈ যোৱাৰ পূৰ্বে মা বা আইতাই দৈ-চেনি খোৱাই দিয়ে।  কোনো গুৰুত্বপূৰ্ণ কামত ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বেও মুখত দৈ-চেনি দিয়ে। ইয়াৰ আঁৰত আছে  বিজ্ঞানসন্মত কাৰণ।

শেহতীয়া বাতৰি