জুলী নামৰ এইগৰাকী মহিলাৰ বয়স ৪৪। কিন্তু বয়ফ্ৰেণ্ডৰ বয়স মাত্ৰ ২৯ বছৰ। জুলীয়ে নিজে তেওঁৰ সম্পৰ্কৰ কথা ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। জুলীয়ে লগতে জনাইছে, তেওঁতকৈ ১৫ বছৰ সৰু বয়ফ্ৰেণ্ডক নিৰ্দিষ্ট দৰমহা দিয়ে, যাতে সকলো কাম কৰিব পাৰে।
2/ 4
প্ৰেমিক বা প্ৰেমিকা এই সম্পৰ্কৰ মূলতঃ থাকে কিছুমান বিশেষ কাৰণ। কিন্তু জুলীৰ প্ৰেমিক তেওঁৰ সৈতে থাকে কাৰণ তেওঁ দৰমহা পায় আৰু তেওঁ সকলো কাম কৰিবলৈ বাধ্য।
3/ 4
জুলীয়ে ভিডিঅ'টো আপলোড কৰাৰ লগে লগে বহুতে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে। এজন ব্যৱহাৰকাৰীয়ে দৰমহাৰ সলনি কি কৰিব লাগে সুধিলে। উত্তৰত, জুলীয়ে কৈছে যে, তেওঁ প্ৰয়োজনীয় সকলো বোৰ কাম কৰিব লাগিব।
4/ 4
দ্য চানত এক প্ৰতিবেদনৰ আধাৰত, এইটো ক'ব পাৰি যে জুলীয়ে নিজৰ প্ৰেমিকক খাদ্য বনোৱাৰ পৰা ঘৰ পৰিষ্কাৰ কৰালৈকে সকলো কাম কৰায়। কাম নকৰিলে কৰ্তন কৰে দৰমহা। পিছে প্ৰেমিকে বছৰত দৰমহা লাভ কৰে ২ কোটি।