Home » photogallery » lifestyle »Renault India gifts Kiger SUV to Mirabai Chanu: এটা সময়ত ট্ৰাকত উঠি প্ৰশিক্ষণলৈ গৈছিল, সেই মীৰাবাই চানু আজি স্প’ৰ্টছ কাৰৰ গৰাকী

Renault India gifts Kiger SUV to Mirabai Chanu: এটা সময়ত ট্ৰাকত উঠি প্ৰশিক্ষণলৈ গৈছিল, সেই মীৰাবাই চানু আজি স্প’ৰ্টছ কাৰৰ গৰাকী

টকিঅ’ অলিম্পিকত ৰূপৰ পদক দখল কৰাৰ পিছৰে পৰা এটাৰ পিছত আন এটা উপহাৰ পাইছে মণিপুৰৰ ভাৰোত্তোলকগৰাকীয়ে।