একোছা ডাঠ ক'লা চুলি সকলোৱে ভাল পায়। কিন্তু ইচ্ছা থকা স্বত্বেও এই আশা অধৰুৱা হৈয়ে থাকি যায়। আনকি নামী-দামী স্পা আৰু চেম্পু ব্যৱহাৰ কৰা স্বত্বেও বিচৰা চুলি কোছা নাপায়। কিন্তু আপোনাৰ চুলি কিয় আপুনি বিচৰা ধৰণৰ হোৱা নাই, তাৰ কাৰণটোও বিচাৰি উলিয়াব লাগিব। তাৰ পিছতহে, এই সমস্যাৰ প্ৰতিকাৰ কৰা সম্ভৱ হ'ব। (reasons behind your stunted hair growth)