উৎসৱৰ বতৰত ফ্লিপকাৰ্টৰ মেগা ধামাকা। ৮০ শতাংশ ৰেহাই। ফ্লিপকাৰ্টৰ বিগ বিলিয়ন দ্যে (Big Billion Days)ৰ চুপাৰ চেল Flipkart Big Billion Days Sale) অহা ৩ অক্টোবৰৰ পৰা। স্মাৰ্টফোন, টেবলেট, স্মাৰ্টৱাটচ, লেপটপ আদি অতি ব্যয়বহুল সামগ্ৰীত আকৰ্ষণীয় ৰেহাই। একেবাৰতে জানি লওক, অপ্পো, মোটোৰোলা, ৰিয়েল মি, পকো, ভিভো, চেমছাং আদি প্ৰডাক্টত আকৰ্ষণীয় ৰেহাই। কেৱল ইমানেই নহয়, কাপোৰতো প্ৰায় ৫০ৰ পৰা ৮০ শতাংশ ৰেহাই দিয়া হৈছে।