আৰবিআইয়ে শেহতীয়াকৈ পেমেণ্ট বেংক Paytmৰ ওপৰত ১ কোটি টকাৰ জৰিমনা আৰোপ কৰিছে- কেন্দ্ৰীয় বেংকে শেহতীয়াকৈ Paytm পেমেণ্টবেংক লিমিটেডৰ (PPBL) ওপৰত ১ কোটি টকাৰ জৰিমনা আৰোপ কৰিছে। আৰবিআইয়ে এক বিবৃতিত কৈছিল যে পেমেণ্ট এণ্ড ছেটেলমেণ্ট চিষ্টেম এক্ট, ২০০৭ (PSS Act)ৰ ধাৰা 26(2)ৰ অধীনত এটা অপৰাধৰ বাবে পেটিএম পেমেণ্ট বেংকক জৰিমনা বিহা হৈছে।