Home » photogallery » lifestyle »Raw Milk Pasteurized Milk: কেঁচা গাখীৰ আৰু Pasteurized গাখীৰৰ মাজত পাৰ্থক্য কি? কোনটো বেছি উপকাৰী? জানক সবিশেষ...

Raw Milk Pasteurized Milk: কেঁচা গাখীৰ আৰু Pasteurized গাখীৰৰ মাজত পাৰ্থক্য কি? কোনটো বেছি উপকাৰী? জানক সবিশেষ...

গাখীৰ আমাৰ দৈনন্দিন আহাৰৰ এক অপৰিহাৰ্য অংশ। কিন্তু গাখীৰ সম্পৰ্কে মতভেদ আছে। বহুলোকে কেঁচা গাখীৰ আৰু পেষ্টুৰাইজড গাখীৰৰ মাজৰ পাৰ্থক্য সঁচাকৈয়ে বুজি নাপায়