Home » photogallery » lifestyle »‘দীপিকাৰ বাৰে বাৰে পেনিক এটেক হৈছে’ সোধা–পোচাৰ সময়ত পত্নীৰ কাষত থকাৰ আৱেদন ৰণবীৰ সিঙৰ

‘দীপিকাৰ বাৰে বাৰে পেনিক এটেক হৈছে’ সোধা–পোচাৰ সময়ত পত্নীৰ কাষত থকাৰ আৱেদন ৰণবীৰ সিঙৰ

ড্ৰাগছ কাণ্ডত নাম সাঙোৰ খাইছে দীপিকা পাড়ুকনেৰ । নাম সাঙোৰ খাইছে সাৰা আলী খান, শ্রদ্ধা কাপুৰ, ৰাকুল প্রীত সিঙৰো । ইয়াৰ ভিতৰত শীৰ্ষস্থানীয় নায়িকা দীপিকাৰ ওপৰত বিশেষভাৱে দৃষ্টি নিবদ্ধ হৈছে বলিউড তথা দেশবাসীৰ।

শেহতীয়া বাতৰি