Home » photogallery » lifestyle »আহক ৰাইমনালৈ যাও, ৰাইমনাই হাতবাউলি মাতিছে আপোনাক ! যান্ত্ৰিকতাৰ পৰা আঁতৰি প্ৰকৃতিৰ মাজত কিছু সময়...

আহক ৰাইমনালৈ যাও, ৰাইমনাই হাতবাউলি মাতিছে আপোনাক ! যান্ত্ৰিকতাৰ পৰা আঁতৰি প্ৰকৃতিৰ মাজত কিছু সময়...

অসমৰ পশ্চিম প্ৰান্তত আছে এই নিভাঁজ সেউজীয়াৰে ভৰা ঠাইখন। গুৱাহাটীৰ পৰা ২৩৮ কিলোমিটাৰ নিলগতে থকা ঠাইখনৰ নাম হৈছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান ৷ চলিত বৰ্ষৰে ৫ জুন তাৰিখে অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ঘোষণা কৰা হৈছে অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম ৷